অর্থ : যাৰ অধিকাৰ নাই
উদাহরণ :
ঘৰটোত স্বত্বহীন ব্যক্তি এজনে নিজৰ অধিকাৰ সাব্যস্ত কৰি বহি আছে
সমার্থক : অধিকাৰহীন
অর্থ : স্বত্বৰ পৰা আঁতৰত
উদাহরণ :
ফুলপাহ মৰহি স্বত্বহীন হৈ পৰিল
অর্থ : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
উদাহরণ :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
সমার্থক : অনধিকাৰ