অর্থ : স্বচ্ছ হোৱা অৱস্থা বা গুণ
উদাহরণ :
কাপোৰখনৰ স্বচ্ছতাৰ বাবে তাৰ পিছফালে থকা বস্তু দেখা পোৱা গৈছে
অর্থ : স্বচ্ছ হোৱা অৱস্থা
উদাহরণ :
এই ভৱনটোৰ বেৰবোৰত লগোৱা আইনাৰ স্বচ্ছতাৰ বাবে বাহিৰৰ মনোৰম দৃশ্য দেখা যায়
অর্থ : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
উদাহরণ :
পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
সমার্থক : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, শুদ্ধতা