অর্থ : ধক-ধক কৰা বা স্পন্দিত কৰা
উদাহরণ :
সাধাৰণ মানুহৰ হৃদয় এক মিনিটত প্রায় বাসত্তৰ বাৰ স্পন্দিত হয়
অর্থ : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা
উদাহরণ :
ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়
সমার্থক : ধপধপোৱা