সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
উদাহরণ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
সমার্থক : কোব, বেগ
অর্থ : বৈ যোৱা কার্য ্বা ভাব
উদাহরণ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
সমার্থক : ধাৰা, প্রবাহ, বেগ
অর্থ : বায়ুৰ প্রৱাহ
উদাহরণ : জিলমিলিয়া ৰʼদ আছিল আৰু ৰৈ ৰৈ বতাহৰ সোঁত বৈ আছিল
অর্থ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
উদাহরণ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
সমার্থক : ধাৰ, ধাৰা, প্রৱাহ
ইনস্টল