অর্থ : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম
উদাহরণ :
তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে
সমার্থক : পৰি্চর্যা
অর্থ : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য
উদাহরণ :
আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে
অর্থ : নকৰ বা চাকৰৰ কাম
উদাহরণ :
এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো
অর্থ : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি
উদাহরণ :
ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়