সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
উদাহরণ : শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
সমার্থক : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সাক্ষৰ
অর্থ : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
উদাহরণ : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
সমার্থক : কৃতবিদ্য, জ্ঞানী, বিজ্ঞ, বিদগ্ধ, বিদ্বান, বিদ্যাৱান, সুধী
অর্থ : যিয়ে ভাল শিক্ষা লাভ কৰিছে
উদাহরণ : সুশিক্ষিত লোকৰ সংগ লোৱাটো ভাল
ইনস্টল