অর্থ : কোনো নি্র্ধাৰিত সীমা, ঠাই আদিৰ ভিতৰলৈ অহা কার্য
উদাহরণ :
তেওঁ বলপূর্বক্্ভাৱে দুজন লোকক চিনেমা ঘৰত প্রৱেশ কৰালে
সমার্থক : প্রৱেশ কৰোৱা
অর্থ : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
উদাহরণ :
তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
সমার্থক : খুঁচি দিয়া, খুঁচ্া, সুমুৱাই দিয়া