অর্থ : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
উদাহরণ :
আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
সমার্থক : সুযোগ-সন্ধানী
অর্থ : সুবিধাবাদ সম্বন্ধীয়
উদাহরণ :
সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
অর্থ : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
উদাহরণ :
সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়