অর্থ : সিন্ধু প্রদেশৰ অধিবাসী
উদাহরণ :
এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে
অর্থ : সিন্ধুৰ ভাষা
উদাহরণ :
ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন
সমার্থক : সিন্ধী ভাষা, সিন্ধী-ভাষা
অর্থ : সিন্ধু প্রদেশত বসতি কৰোতা
উদাহরণ :
উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে
সমার্থক : সিন্ধী বাসী, সিন্ধীবাসী
অর্থ : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ
উদাহরণ :
তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে