অর্থ : ছটিয়াই দিয়া অৱস্থা বা ভাব
উদাহরণ :
খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
অর্থ : কোনো তৰল পদার্থ ছটিওৱা কার্য
উদাহরণ :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
সমার্থক : ছটিওৱা
অর্থ : চাৰিওফালে প্রসাৰিত কৰা
উদাহরণ :
খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
সমার্থক : সিঁচি দিয়া, সিঁচৰতি কৰা
অর্থ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
উদাহরণ :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
সমার্থক : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা