অর্থ : কোনো বিশেষ সম্প্রদায়ৰ সৈতে সম্বন্ধ ৰাখোঁতা
উদাহরণ :
জৈনসকলৰ সাম্প্রদায়িক মতানুসৰি যিকোনো জীৱৰ হত্যা কৰাটো মহাপাপ
অর্থ : সম্প্রদায়ৰ সৈতে সম্বন্ধ ৰাখোঁতা বা সম্প্রদায়ৰ
উদাহরণ :
ধর্মীয় কাৰণত বহুবাৰ দেশত গোষ্ঠীগত ্সংঘর্ষ হৈ আহিছে
সমার্থক : গোষ্ঠীগত