সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
উদাহরণ : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
সমার্থক : পদার্থ, বস্তু, মাল, মাল-বস্তু
অর্থ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
উদাহরণ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
সমার্থক : উপকৰণ, সাধন
অর্থ : বাস্তৱিক বা কল্পিত সত্তা
উদাহরণ : বতাহ এক বিমূর্ত্ত বস্তু
সমার্থক : বস্তু
ইনস্টল