অর্থ : কাৰোবাক দুই বাহুৰে মেৰাই ধৰা কার্য
উদাহরণ :
জীয়েকে প্রণাম কৰোতেই দেউতাকে তাইক আঁকোৱালি লʼলে
সমার্থক : আঁকোৱালি লোৱা, আলিংগন কৰা, আলিঙ্গন কৰা, গবামাৰি ধৰা
অর্থ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
উদাহরণ :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
সমার্থক : আঠা লগা, লগ লগা, লাগি ধৰা, লিপিট খোৱা