সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে
উদাহরণ :
সমার্থক : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলধৰ, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সিন্ধু, ্ ৰত্নগর্ভা
অর্থ : যাৰ মাত্রা, আয়তন আদি পাৰাপাৰহীন
উদাহরণ : তেওঁ প্রেমৰ ্সাগৰ
সমার্থক : সমুদ্র
অর্থ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
উদাহরণ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
সমার্থক : ভঁ্ৰাল, ভাণ্ডাৰ
ইনস্টল