সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বহুত ওচৰৰ বা বহুত কাষৰ
উদাহরণ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
সমার্থক : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা
অর্থ : যাৰ দয়া আছে
উদাহরণ : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
সমার্থক : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত
অর্থ : বিশেষভাৱে যাৰ মনত কোমল ভাবৰ সহজে প্রভাৱ পৰে
উদাহরণ : মই কোৱা ৰামৰ কাহিনী শুনি ্তেওঁ ্ভাবুক হৈ পৰিল
সমার্থক : অনুভূতি প্রৱণ, ভাব প্রৱণ, ভাবুক, ভাৱক, সহৃদয়ী
ইনস্টল