অর্থ : কোনো সমূহৰ সকলোতকৈ ভাল মানুহ বা বস্তু
উদাহরণ :
এই যুদ্ধত আমাৰ সেনাৰ কিছুমান সর্বোত্তম ছহিদ হʼল
সমার্থক : সর্বোত্তম
অর্থ : যি সকলোতকৈ শ্রেষ্ঠ বা উত্তম
উদাহরণ :
মনোজক বিদ্যালয়ৰ সর্বশ্রেষ্ঠ ছাত্র হিচাপে নি্র্বাচন কৰা হৈছে
সমার্থক : অন্যতম, সর্বশ্রেষ্ঠ, সর্বোত্তম