অর্থ : কাৰোবাক মাতিবলৈ প্রয়োগ কৰা শ্্ব্দ
উদাহরণ :
বাপু নামেৰে গান্ধীজীক সম্বোধন কৰা হৈছিল
অর্থ : ব্যাকৰণ (কিছুমান ভাষাৰ)ত যি কাৰকত কোনো পদৰ দ্বাৰা কাৰোবাক আহ্বান কৰা বা সম্বোধন কৰা বুজোৱা হয়
উদাহরণ :
সম্বোধনৰ বিভক্তি হে, হেৰʼ, ঐ আদি হে প্রভূ, দয়া কৰা-ত হে সম্বোধন
সমার্থক : সম্বোধন কাৰক, সম্বোধন পদ