অর্থ : বৈঠকৰ আহ্বান কৰা সভা-সমিতি আদিৰ সদস্য
উদাহরণ :
কিছুমান জৰুৰী কাৰণত সমন্বয়কে আজিৰ সভা অনুষ্ঠিত কৰিছে
সমার্থক : সমন্বয় কর্তা
অর্থ : মিল হোৱা কার্য ্ বা ভাব
উদাহরণ :
নাটকৰ পৰিসমাপ্তিত নায়ক আৰু নায়িকাৰ মিলন হʼল
সমার্থক : মিলন, মিলা-প্রীতি, সংযোগ
অর্থ : কার্য ্বা কাৰণ আদিৰ সৈতে সংগতি থকা
উদাহরণ :
সমন্বয়ত সমস্যানো কʼত থাকে ?