অর্থ : সন্মোহিত কৰা কার্য ্বা ভাব
উদাহরণ :
তেওঁৰ ্কথাত সন্মোহন আছিল, কিয়নো তেওঁ যেনেদৰে কৈ গৈছিল আমিও সেইদৰেই কৰি গৈছিলোঁ
অর্থ : টোপনিৰ অৱস্থাত কোনো ব্যক্তিয়ে বাহিৰা আকাৰ ইংগিতৰ দ্বাৰা চলা এক অৱস্থা
উদাহরণ :
মনোবিশেষজ্ঞই সন্মোহনৰ জৰিয়তে তেওঁৰ মানসিক অৱস্থাক বুজিবলৈ চেষ্টা কৰিলে