অর্থ : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
উদাহরণ :
নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
সমার্থক : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
অর্থ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
উদাহরণ :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
সমার্থক : ব্যৱস্থিত কৰা, লগোৱা
অর্থ : আহাৰ সন্মুখত ৰখা
উদাহরণ :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
সমার্থক : পৰিৱেশন কৰা