অর্থ : প্রাণে মৰা কার্য
উদাহরণ :
দুষ্টক সংহাৰ কৰিবৰ কাৰণে ঈশ্বৰে অৱতাৰী ৰূপ ধাৰণ কৰে
অর্থ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........
উদাহরণ :
ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে
সমার্থক : খুন, নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, হত্যা, হনন