অর্থ : চালৰ যি গুণৰ বাবে চুলে বা হেচিলে অনুভৱ হয়
উদাহরণ :
অংগবোৰৰ পক্ষাঘাতৰ ফলত সেই অংগৰ সংবেদনশীলতাও নোহোৱা হৈ যায়
অর্থ : সংবেদনশীল হোৱা অৱস্থা বা ভাৱ
উদাহরণ :
চৰকাৰে ৰাইজৰ সমস্যাসমূহৰ সমাধান সংবেদনশীলতাৰে কৰিব লাগে