অর্থ : যাৰ সংগঠন কৰা হৈছে
উদাহরণ :
ইংৰাজৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ভাৰতীয় জনসাধাৰণ সংগঠিত হʼব লগা হৈছিল
অর্থ : যিটো একতাৰে পৰিপূর্ণ
উদাহরণ :
সংগঠিত সমাজ এখন সহজেই বিকাশৰ পথত অগ্রসৰ হʼব পাৰে
সমার্থক : সৌহার্দ্যপূর্ণ, ্একতাপূর্ণ