অর্থ : কোনো ভাব, কার্য ্বা কথাৰ বোধ জন্মিব পৰাকৈ আখৰ বা বর্ণ আদিৰে লিখা আৰু মুখেৰে উচ্চাৰিত অথবা কোৱা সংকেত বিশেষ
উদাহরণ :
ভাষা একোটাত শ্্ব্দৰ উচিত প্রয়োগতহে বাক্য গঠিত হয়
অর্থ : ভৰি তথা দেহৰ আন অংগ সঞ্চালনা কৰিলে হোৱা শ্্ব্দ
উদাহরণ :
কাৰোবাৰ ভৰিৰ শ্্ব্দ শুনাৰ লগে-লগে তেওঁ ্সাৰ পালে