অর্থ : লাহে লাহে অনুচিতভাৱে কাৰোবৰ ধ, সম্পত্তি আদি লৈ লোৱা কার্য
উদাহরণ :
জমিদাৰে নিজৰ আৰামৰ কাৰণে দুখীয়াক শোষণ কৰিছিল
অর্থ : পানী আদি শুহি লোৱা কার্য
উদাহরণ :
গছে পৃথিৱীৰ পৰা পানী আদি শোষণ কৰে
সমার্থক : অৱশোষণ কৰা, শুহি লোৱা