অর্থ : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
উদাহরণ :
ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
সমার্থক : বাষ্পীভূত কৰা
অর্থ : আদ্রতা দূৰ কৰা
উদাহরণ :
অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
অর্থ : সজীৱতা বা সতেজতা ভাব নথকা
উদাহরণ :
অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
অর্থ : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
উদাহরণ :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
সমার্থক : শুকাই যোৱা