অর্থ : যিয়ে এতিয়া বা অলপ সময় আগতে জন্ম লৈছে
উদাহরণ :
আজিকালি চিকিৎসালয়ত নৱজাতক শিশু চুৰ কৰাটো সহজ কথা হৈ পৰিছে
সমার্থক : কেঁচুৱা, নৱজাত শিশু, নৱজাতক
অর্থ : কম বয়সীয়া লʼৰা বা ছোৱালী
উদাহরণ :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
সমার্থক : বাচ্চা, বালক-বালিকা, লʼৰা-ছোৱালী, সৰু লʼৰা-ছোৱালী