অর্থ : যʼত শিল আছে
উদাহরণ :
মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
সমার্থক : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলৰ, শৈল, শৈলময়
অর্থ : যʼত শিল থাকে
উদাহরণ :
মায়ে শিলযুক্ত চাউলবোৰ বাচি আছে শিলাময় ভূমিত খোজকাঢ়ি থাকোতে ভৰিটো পিচলি গʼল
সমার্থক : শিলযুক্ত
অর্থ : শিলৰ বা শিল সম্বন্ধীয়
উদাহরণ :
শিলাময় ক্ষেত্রত খনন কৰা বৰ কঠিন