সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু
উদাহরণ : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে
সমার্থক : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল
অর্থ : ধাতুৰ খাৰুৰে বনোৱা ৰচী
উদাহরণ : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়
অর্থ : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ
উদাহরণ : কুকুৰটো শিকলিৰে বান্ধি লোৱা
ইনস্টল