অর্থ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
উদাহরণ :
সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
সমার্থক : প্রশান্তি
অর্থ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
উদাহরণ :
ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
সমার্থক : আৰাম
অর্থ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
উদাহরণ :
লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
সমার্থক : সুখ
অর্থ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
উদাহরণ :
যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
অর্থ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
উদাহরণ :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
সমার্থক : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা