সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পশু দেহৰ পিছফালে উলমি থকা দীঘল অংগ
উদাহরণ : কুকুৰটোৰ গাত হাত ফুৰাই দিয়াৰ লগে লগে সি তাৰ নেজডাল লৰাবলৈ ধৰিলে
সমার্থক : নেগুৰ, নেজ, পুচ্ছ, লাঙ্গুল, লেজ
অর্থ : জীৱ-জন্তু আদিৰ দেহৰ পিছফালে থকা দীঘল অংশ
উদাহরণ : গৰু-মʼহ আদিয়ে নেজেৰে মহ-ডাঁহ খেদে
সমার্থক : নেজ, লেজ
ইনস্টল