সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শিৱ বা মহাদেৱৰ লিংগ যাৰ পূজা কৰা হয়
উদাহরণ : পুৰাতন কালত শিৱলিংগৰ পূজা কৰা হয়
সমার্থক : শিৱ লিংগ, শিৱলিংগ
অর্থ : পুৰুষ আৰু স্ত্রীৰ প্রভেদ নি্র্ণয় কৰিবলৈ ব্যাকৰণত সংজ্ঞায়িত কৰা শ্্ব্দ বিশেষ বা যিহৰ দ্বাৰা পুৰুষ আৰু স্ত্রীৰ প্রভেদৰ বিষয়ে অৱগত হʼব পাৰি
উদাহরণ : হিন্দীত দুই প্রকাৰৰ লিংগ থকাৰ বিপৰীতে সংস্কৃতত তিনি প্রকাৰৰ লিংগ পোৱা যায়
সমার্থক : লিঙ্গ
ইনস্টল