সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
উদাহরণ : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
সমার্থক : বেত, মাৰি, লাখুটি
অর্থ : ধাতু বা কাঠেৰে নির্মিত দীঘল আৰু ঘূৰণীয়া মোটা টুকুৰা
উদাহরণ : ইয়াত ৰাখি থোৱা ৰদবোৰত মামৰ লাগিছে পুলিচে লাঠিৰে চোৰটোক কোবাইছে
সমার্থক : ৰদ
অর্থ : মোটা আকাৰৰ ডাঙৰ মাৰি
উদাহরণ : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে
সমার্থক : দণ্ড, বাৰি
ইনস্টল