পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লগা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লগা   ক্ৰিয়া

অর্থ : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য

উদাহরণ : তেওঁ ছবিবোৰ বেৰত লগালে

সমার্থক : আঠা লগা, লেও দিয়া

অর্থ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য

উদাহরণ : এই বছৰ আম গছত সোনকালে মল লাগিছে

অর্থ : কার্য আদিত ৰত হোৱা

উদাহরণ : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে

সমার্থক : ব্যস্ত হোৱা, লাগি থকা

অর্থ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা

উদাহরণ : নাওখন নদীৰ পাৰত গৈ লাগিল

অর্থ : কোনো কামত অহা

উদাহরণ : এই ঘৰটো সাজিবৰ কাৰণে এশ বেগ চিমেণ্ট লাগিল

সমার্থক : খৰচ হোৱা

অর্থ : অনুমানতকৈ বেছি প্রয়োজন হোৱা

উদাহরণ : এই কামটোত বহুত টকা লাগিছে

অর্থ : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা

উদাহরণ : মোৰ তেওঁ ্নাহিব যেন লাগিছে

সমার্থক : গম পোৱা, ধাৰণা কৰা

অর্থ : কোনো কামত লগা

উদাহরণ : বিবাহ সম্পন্ন হোৱালৈকে মোহিত কামত লাগি থাকিল

সমার্থক : ৰত হোৱা

অর্থ : অনুভৱ হোৱা

উদাহরণ : মোৰ বহুত ঠাণ্ডা লাগিছে

সমার্থক : অনুভৱ হোৱা

অর্থ : কোনো কামত দৃঢ়তাৰে লাগি থকা

উদাহরণ : বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল

সমার্থক : লাগি যোৱা

অর্থ : কাৰোবাক আঘাত দিয়া

উদাহরণ : তেওঁ ্মোক পেনৰ নিব লগালে

অর্থ : আঘাত বা কষ্ট পোৱা

উদাহরণ : তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল

সমার্থক : আঘাত কৰা

অর্থ : সম্বন্ধত কিবা হোৱা

উদাহরণ : মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে

অর্থ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা

উদাহরণ : বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে

অর্থ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা

উদাহরণ : আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল

লগা   বিশেষণ

অর্থ : যি কোনো কামত লাগি আছে

উদাহরণ : তেওঁ কৃষি কার্যত ্লাগি আছে

সমার্থক : প্রবৃত্ত