অর্থ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
উদাহরণ :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
সমার্থক : যোৰ
অর্থ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
উদাহরণ :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
সমার্থক : যোৰ
অর্থ : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা
উদাহরণ :
তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে