অর্থ : যুগোশ্লাভিয়াৰ অধিবাসী
উদাহরণ :
যুগোশ্লাভিয়ান চোৰাংচোৱাজন আৰক্ষীৰ হাতত ধৰা পৰিল
সমার্থক : যুগোশ্লাভিয়াবাসী
অর্থ : যুগোশ্লাভিয়াৰ বা তাৰ সৈতে সম্পর্কযুক্ত
উদাহরণ :
যুদ্ধত বহুতো যুগোশ্লাভিয়ান সৈনিক নিহত হʼল