অর্থ : উজ্জ্বলতা কমি যোৱা
উদাহরণ :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
সমার্থক : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, শুকাই যোৱা, শেঁত্া পৰা
অর্থ : উদ্ভিদ আদিৰ সেউজীয়া গুণ আঁতৰি যোৱা
উদাহরণ :
গৰমৰ কাৰণে কিছুমান উদ্ভিদ মৰহি গৈছে
সমার্থক : লেৰেলি যোৱা