সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দবাখেলৰ কোনো গুটি
উদাহরণ : তেওঁ বহুত ্চেষ্টা কৰি নিজৰ মোহৰাটো বচালে
অর্থ : অংকিত ৰেখা, দাগ, চিহ্ন আদিক এনেদৰে ঘঁ্হা যাতে ই থাকি নাযায়
উদাহরণ : শিক্ষকে ব্লেকবʼর্ডত লিখা আখৰবোৰ ডাস্তাৰে মোহাৰি আছে
অর্থ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
উদাহরণ :
সমার্থক : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া
অর্থ : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
উদাহরণ : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
সমার্থক : মচা, মজা
ইনস্টল