সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পিঠিৰ মাজত থকা দীঘল হাড়
উদাহরণ : আমি সদায় মেৰুদণ্ড পোন কৰি ৰাখিব লাগে ৰাজহাড় পোন কৰি ৰাখিবলৈ পোন হৈ বহিব লাগে
সমার্থক : পৃষ্ঠদণ্ড, পৃষ্ঠবংশ, ৰাজহাড়
অর্থ : পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক সৰল ৰেখা
উদাহরণ : পৃথিৱীয়ে তাৰ নিজৰ মেৰুদণ্ডত ঘূৰে
ইনস্টল