অর্থ : মুর্গী জাতিৰ মতা
উদাহরণ :
পুৱাই পুৱাই মুর্গীৰ ডাক শুনি মোৰ টোপনি ভাগিল
সমার্থক : মতা কুকুৰা, মতা মুর্গী, মোর্গা
অর্থ : কণী দিয়া এবিধ মাইকী চৰাই
উদাহরণ :
মুর্গীৰ কণী স্বাস্থ্যৰ কাৰণে উপযোগী
সমার্থক : মাইকী কুকৰা, মুৰগী