অর্থ : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
উদাহরণ :
টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
সমার্থক : টাইপ কৰা
অর্থ : যাৰ মুদ্রণ কৰা হৈছে
উদাহরণ :
এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
অর্থ : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
উদাহরণ :
বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
সমার্থক : মুদ্রাংকিত, মুদ্রাঙ্কিত