অর্থ : যʼত কোনো ধৰণৰ বাধা নাথাকে
উদাহরণ :
মুকলি বতাহত খোজকঢ়া স্বাস্থ্যৰ বাবে উপকাৰী
অর্থ : ঢাকি নৰখা বা আৱৰি নৰখা
উদাহরণ :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
সমার্থক : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি-হাকলি