অর্থ : এটা বস্তুৰ লগত আন বস্তু মিলি এক হোৱা
উদাহরণ :
ইয়াত বিভিন্ন প্রকাৰৰ শস্য মিহলি হৈ আছে
সমার্থক : মিক্স হোৱা, মিলি থকা, মিহল হোৱা, লগ-লাগি থকা
অর্থ : কিহবাৰ সৈতে মিলি থকা কার্য
উদাহরণ :
তেল পানীত কেতিয়াও নিমিহলে
সমার্থক : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি কৰা, সংমিশ্রিত হোৱা