অর্থ : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়
উদাহরণ :
টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল
অর্থ : দৈর্ঘ্য জোখাৰ এক মাপ
উদাহরণ :
কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব
অর্থ : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ
উদাহরণ :
মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে
অর্থ : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়
উদাহরণ :
এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই
সমার্থক : গতিমাপক, স্পীডোমিটাৰ