অর্থ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা
উদাহরণ :
ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে
সমার্থক : মাৰাঠী ভাষা
অর্থ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী
উদাহরণ :
কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু
সমার্থক : মহাৰাষ্ট্রী
অর্থ : মহাৰাষ্ট্রত থকা বা বসতি কৰা
উদাহরণ :
সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে
সমার্থক : মহাৰাষ্ট্রী
অর্থ : যাৰ মাতৃভাষা মাৰাঠী
উদাহরণ :
তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে
অর্থ : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত
অর্থ : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ
উদাহরণ :
নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে