অর্থ : মালাবাৰৰ অধিবাসী
উদাহরণ :
মন্দিৰত মালায়ালী আয়াপ্পা পূজা বৰ উলহ-মালহেৰে পালন কৰা হৈছে
সমার্থক : মালায়ালি
অর্থ : মালাবাৰৰ সৈতে সম্বন্ধ থকা বা মালাবাৰৰ
উদাহরণ :
কথাকলি একপ্রকাৰৰ মালায়ালী লোক-নৃত্য
অর্থ : মালাবাৰত থকা বা বসতি কৰা
উদাহরণ :
শীলাই এজন মালায়ালী লʼৰাৰ সৈতে বিয়াত বহিল