সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধুনিয়া ফুলৰ এডাল লতা
উদাহরণ : মোৰ ফুলনিত মালতীও ফুলি আছে
সমার্থক : মধুমালতী
অর্থ : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
উদাহরণ : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
সমার্থক : নেৱালি, নেৱালী, নৱমল্লিকা
ইনস্টল