অর্থ : এটা দ্বীপ
উদাহরণ :
মাদাগাস্কাৰ ভাৰত মহাসাগৰত অৱস্থিত মাদাগাস্কাৰ বিশ্বৰ চতুর্থ বৃহৎ দ্বীপ
অর্থ : দক্ষিণ আফ্রিকাৰ এখন দ্বীপ ৰাষ্ট্র
উদাহরণ :
মাদাগাস্কাৰে ফ্রান্সৰ পৰা ঊনৈশ শ ষাঠি চনত স্বাধীনতা লাভ কৰিছিল
সমার্থক : মাদাগাস্কাৰ গণৰাজ্য