অর্থ : মাছ ধৰোতা এক জাতি
উদাহরণ :
কিছুমান গ্রামীণ অঞ্চলত আজিও মাছমৰীয়া জাতিয়ে নিজৰ পেচাত লাগি আছে
সমার্থক : ধীৱৰ, মাছমৰীয়া জাতি
অর্থ : যিয়ে জীৱন-যাপন কৰিবলৈ মাছ মাৰে বা ধৰে
উদাহরণ :
কিছুমান মাছমৰীয়াই নদীত মাছ মাৰি আছে