অর্থ : তেল আদিৰে শৰীৰৰ কোনো অংগক মোহৰা কার্য
উদাহরণ :
তেওঁ ্ সপ্তাহত দুদিন গোটেই শৰীৰ মালিচ কৰোৱায়
সমার্থক : অংগ ্মর্দন, মালিচ, মেচ-এজ, ্গা পিটিকিওৱা-
অর্থ : ভৰিৰ হেচাত নষ্ট হোৱা কার্য
উদাহরণ :
ভগৱান শ্রীকৃষ্ণই কালী নাগৰ মর্দন কৰিছিল